ASSAM
শব্দ বিহীন গভীৰ অৰণ্য বিচাৰি উত্ৰাৱল হয় জীৱকূল। শব্দৰে অবোধ প্ৰাণীক নিৰাশ্ৰয় কৰা উৎসৱৰ কি মূল্য?

ৰাজ্যিক • ৯ নৱেম্বৰ • ২০২৬
” প্ৰশ্ন এক, মত অনেক”
পোহৰ হওঁক, শব্দ নহয়!
কুকুৰ বোৰ ভয়ত বিতত হয়। চৰাই চিৰিকটি বোৰ উভতি নাহে সজালে।
শব্দ বিহীন গভীৰ অৰণ্য বিচাৰি উত্ৰাৱল হয় জীৱকূল। শব্দৰে অবোধ প্ৰাণীক নিৰাশ্ৰয় কৰা উৎসৱৰ কি মূল্য?
পোহৰ হওঁক শব্দ নহয় কি ভাবে আপুনি? জনাওঁক আপোনাৰ মতামত?
News Desk | People’s TV




