ASSAM
“প্ৰশ্ন এক, মত অনেক”

ৰাজ্যিক • ১৪ নৱেম্বৰ • ২০২৬
কাজিৰঙা দূৰ্ঘটনাই শোকাহত কৰিছে আপোনাকো, সংকটজনক অৱস্থাত থকা ৰোগীক উপযুক্ত চিকিৎসা দিব পৰা নগ’ল। বোকাখাত চৰকাৰী চিকিৎসালয়ত ততাতৈয়াকৈ যোৰহাটলৈ পঠিওৱাৰ সময়তে মৃত্যু হ’ল তিনিজনৰ।
বোকাখাত চৰকাৰী চিকিৎসালয়ৰ এই দূৰৱস্থাই স্বাস্থ্যখণ্ডৰ দূৰ্বলতা উদং কৰি দিয়া নাইনে?
জনাওঁক আপোনাৰ মতামত?




