People’s TV website ৰ সৌজন্যত অসম ভিত্তিত জুবিন গাৰ্গৰ বিষয়ত ৰচনা প্ৰতিযোগিতা

ৰাজ্যিক •গুৱাহাটী • ৭ নৱেম্বৰ • ২০২৬
ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ বিষয়ক অসম ভিত্তিত ৰচনা প্ৰতিযোগিতা
অসম অসমীয়া থকালৈকে চিৰ জ্যোতিষ্মান প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজী।
স্পষ্টবাদী জুবিনৰ আদৰ্শৰে ধাৱমান নতুন প্ৰজন্ম।
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অব্যাহত থাকক জুবিন ধাৰা।
বিষয় : মানৱ দৰদী জুবিন গাৰ্গ আৰু অসম।
(নৱমমানৰ পৰা স্নাতকোত্তৰ পৰ্য্যায়লৈ অংশ ল’ব পাৰিব।)
Zubeen Garg and Assam: The Soul of Humanity
(Individuals from Class IX to the postgraduate level are eligible to participate.)
১. অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লিখিব পাৰিব।
২. কৃত্ৰিম বুদ্ধিমত্তা আৰু কোনোধৰণৰ ৱেবছাইট ৰ পৰা কপি কৰা লিখা গ্ৰহণ কৰা নহয়।
৩. ৰচনাসমূহ PDF কৰি ই- মেইল আৰু হোৱাটচ এপ যোগে প্ৰেৰণ কৰিব পাৰিব।
৪.ৰচনা পঠিওৱাৰ শেষ তাৰিখ ৩১ ডিচেম্বৰ
৫. মুঠ শব্দৰ সংখ্যা ৩০০ ৰ পৰা ৫০০ ।
৬ . প্ৰতিযোগীসকলে লেখাসমূহত নিজৰ নাম, জিলাৰ নাম, এখন ফটো , মোবাইল নম্বৰসহ সম্পূৰ্ণ ঠিকনা লিখি পঠিয়াব।
৭. বিজয়ী প্ৰতিযোগীক উপহাৰৰ টোপোলা,মানপত্ৰ প্ৰদান কৰা হ’ব।
৮. বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গ্ৰহণ কৰা হ’ব।
(আপোনাৰ ৰচনা প্ৰকাশ পাব একাদিক্ৰমে People’s TV Website )
ই- মেইল : Peoplestv050@gmail.com
আমাৰ হোৱাটচএপ নম্বৰ : 8822400324
জুবিন গাৰ্গৰ কৰ্মৰাজী আৰু আদৰ্শৰ বাট অনুকৰণ কৰি আমাৰ People’s TV পৰিয়ালৰ পৰা অসম ভিত্তিক এখন ৰচনা প্ৰতিযোগীতা আয়োজন কৰিবলৈ লোৱা হৈছে।
আপোনাৰ অংশগ্ৰহণে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব।
জুবিন গাৰ্গ অনন্তকাললৈ জনমানসত জিলিকি থকাৰ এক সৃষ্টিশীল মহাৰ্ঘ্য সম্পদ।
News Desk | People’s TV




