ASSAM

“প্ৰশ্ন এক, মত অনেক”

ৰাজ্যিক • ১৬ নৱেম্বৰ ২০২৬

সদৌ অসম ছাত্ৰ সন্থাই বিজেপিৰে মিলি কাম কৰাৰ অভিযোগ কিয় উত্থাপন হয়? মিছিং জনগোষ্ঠীয় সংগঠন TMPK ৰ বিৰুদ্ধেও গনশক্তিৰে মিলি কাম কৰাৰ অভিযোগ আহে কিয়? অসমৰ অৰাজনৈতিক ছাত্ৰ সংগঠন সমূহে নিজৰ অৰাজনৈতিক চৰিত্ৰ হেৰুৱাইছে নেকি?

এই সম্পৰ্কত আপোনালোকে কি ভাবে?

“প্ৰশ্ন এক, মত অনেক”

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button