ASSAM
“প্ৰশ্ন এক, মত অনেক “

ৰাজ্যিক • ১৯ নৱেম্বৰ ২০২৬
জুবিন গাৰ্গৰ স্মৃতি সুৰক্ষিত কৰিবলৈ BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ধাৰ্য্য কৰিলে ৩০ কোটি টকা। কোকৰাঝাৰ চন্দ্ৰাপাৰাত নিৰ্মাণ হ’ব জুবিন গাৰ্গ পাৰ্ক। ইয়াৰ বিপৰীতে জুবিন ক্ষেত্ৰৰ বাবে প্ৰথম কিস্তি হিচাপে মুকলি কৰিলে ১৫ কোটি টকা। জুবিন গাৰ্গৰ ক্ষেত্ৰৰ অসম চৰকাৰতকৈ BTC প্ৰশাসনে দেখুৱাইছে নেকি অধিক দ্বায়বদ্ধতা।
কি ভাবে আপোনালোকে ?
জনাওক আপোনাৰ মতামত




