ASSAM
” প্ৰশ্ন এক, মত অনেক “

ৰাজ্যিক • ১৭ নৱেম্বৰ ২০২৬
জুবিন গাৰ্গ বিহীন জুবিন গাৰ্গৰ জন্ম দিন।
জুবিন গাৰ্গ বিহীন জুবিন গাৰ্গৰ জন্ম দিন। ঘৰে ঘৰে একোটাকৈ কেক কাটি এগছিকৈ বন্তি জ্বলাই হিয়াৰ আমঠুৰ জন্ম দিনটো পালন কৰিব নোৱাৰি নে?
নে জুবিন ক্ষেত্ৰত গৈ কিছু সময় তাত ৰৈ ঈশ্বৰ পুত্ৰক আমি মনত পেলাম?
নে এজোপা গছ ৰুম, নে কোনোবা নিঃস্ব জনক সহায়ৰ হাত আগবঢ়াম। কোনটো বিছাৰে আপুনি।
জনাওক আপোনাৰ মতামত
News Desk | People’s TV




