ASSAM
“প্ৰশ্ন এক , মত অনেক “

ৰাজ্যিক • ১৩ নৱেম্বৰ • ২০২৬
” প্ৰশ্ন এক ,মত অনেক “
SIR ৰ সমৰ্থনত সদৌ অসম ছাত্ৰ সন্থা। SIR হেনো লাগিবই আছুক। নহ’লে বাংলাদেশী ভোটাৰৰ নাম কটা নাযাব।
কোনবিধ বাংলাদেশী ভোটাৰৰ কথা কৈছে আছুৱে।
হিন্দু নে মুছলমান বাংলাদেশী ভোটাৰ? ‘ ‘ কেব ‘ ৰ ক্ষেত্ৰত আছু কিমান সৌচ্ছাৰ?
আছুৱে বিজেপিৰ দৰেই বাংলাদেশী ভোটাৰৰ ক্ষেত্ৰত ধৰ্ম ভিত্তিত পন্থা হাতত লৈছে নেকি?
কি ভাবে আপোনালোকে?
People’s TV




