ASSAMNORTH-EASTSPORTS

নাৰায়ণপুৰত সদৌ অসম ভিত্তিত প্ৰাইজমানি নৈশ ফুটবল প্ৰতিযোগিতা।

📌মুকালমুৱা ফুটবল ক্লাৱৰ আৰু নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ সহযোগত অহা ২৫ অক্টোবৰত বৰক্ষেত্ৰী মিনি ষ্টেডিয়ামত প্ৰয়াত ধনোৰাম কলিতা আৰু যোগেন্দ্ৰ নাথ মেধি সোঁৱৰণী প্ৰাইজমানী নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

📌ৰাতিপুৱা ১০ বজাত স্বচ্ছ অভিযান, সন্ধিয়া ৬.৩০ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব হিতেশ ডেকাই।

📌সন্ধিয়া ৭.৩০ বজাত উদ্বোধনী খেলত বৃহত্তৰ নাৰায়ণপুৰ বনাম লছিমা নৱজ্যোতি মুখামুখি হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button